নৈশ পাতিত এহাল দম্পতিৰ কথোপকথন – বিয়াৰ এবছৰ নৌহতেই ছোৱালী জনীৰ ফোঁট হেৰাল, তথাপিও তাই তাইৰ কৰ্তব্য পালনত গাফিলতি কৰা নাই,সম্পৰ্ক বোৰ মৰি যাব দিয়া নাই,কিমান কষ্টৰে মই তাইৰ চকুলৈ চাও……. হেৰা এইবোৰ বিধিৰ লিখন বুজিছা…এতিয়া শুই থাকা । নহলে পুৱা আমি শুৱা পাতিত থাকোঁতেই জোৰণ ৰ মানুহ আহি পাবহি- এৰা…তাই যে হেৰোৱা ফোঁট টিContinue reading “হেৰোৱাফোঁট”
